Ranjeet Kumar Dass @RanjeetkrDass · 04 Sep 2026
হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱল শৰণ চাঞো। কৰা অনুগ্রহ মায়াৰ নিগ্রহ তেৱেসে প্রভু এৰাঞো ৷৷ আজি জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত ত্ৰিজগতৰ পতি প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ পংকজত ভক্তিভৰা সেৱা নিবেদিছোঁ আৰু ভক্তপ্ৰাণ ৰাইজলৈ আধ্যাত্মিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । https://t.co/LIjkodjdnl
221Views
4Likes
2Reposts
4Replies
0Quotes
0Bookmarks
Is that a lot?
0.46×vs this author's median476 views is typical
29Percentile for this authorof 7 recent posts
0.07×vs 10K–100K median2 968 views is typical
0.24%Reachviews ÷ followers
4.53%Engagement rateof viewers reacted